Advertisement

This 5-year-old girl is unwell, parents seek help

This 5-year-old girl is unwell, parents seek help জটিল ৰোগত আক্ৰান্ত কাৰ্বিআংলঙৰ এটি ৫ বছৰীয়া কণমানি শিশু। বিগত কেইবাদিন ধৰি পাকস্থলীৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মৃদুস্মিতা সুকাই নামৰ কণমানি শিশুটি। প্ৰথমে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয়ত মৃদুস্মিতাক ভৰ্তি কৰাইছিল অভিভাৱকে। কিন্তু পিছত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে মৃদুস্মিতাক। এতিয়া অস্ত্ৰোপচাৰৰ বাবে মৃদুস্মিতাৰ পৰিয়ালক প্ৰয়োজন প্ৰায় ৪ লাখ টকা। কিন্তু আৰ্থিকভাৱে টনকীয়াল নোহোৱাৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে পৰিয়ালটো। সদাশয় লোকে শিশুটিক সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 9854152998 নম্বৰত। যদি আৰ্থিক সাহায্য দিব বিচাৰে SBI হাওৰাঘাট শাখাৰ একাউণ্ট নম্বৰ 30789646963ত সহায় আগবঢ়াব পাৰে।

#NewsLive #AssamNews

Like the official facebook page of News Live:

Follow News Live on twitter:

Connect to our instagram account:

Visit our website for all news updates:

#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Ill Child,Parents Seek Help,GMCH,Guwahati News,Assam News,Assam,News Live,

Post a Comment

0 Comments